Tuesday, November 8, 2022

ভূমিকম্প

 

ভূমিকম্প

             -মনোৱাৰ হোসেন(মুন)

       

থৰ থৰ কৰি কঁপিছে মাটি 

কঁপিছে গোটেই দেশ,

এয়াই বুঝি ধংস হৈ যাব খুজিছে আমাৰ দেশ !


কঁপিছে পানী,কঁপিছে মানুহ, কঁপিছে ঘৰ-বাড়ি,

এতিয়াই হয়তো এৰি গুছি যাব লাগিব পৃথীবীৰ মৰম এৰি।


ডাঙৰ-ডাঙৰ দালানকোটা অট্রালিকাৰ পাহাৰ

এই বিলাক হল ভূমিকম্পেৰ একমাত্র আহাৰ।


ৰাস্তা ফাঁটি,মাটি ফাঁটি বৈছে পানীৰ সোত

অজস্র মানুহ আজি পথৰ ভিখাৰী হৈ বাস্তু ছাড়া।

ভূমিকম্পেৰ দমন-পীৰন বাৰিছে প্রতিদিন

ইয়াৰ কবলৰ পৰা আমি সকলোৱে আ-জীৱন নহব স্বাধীন?



No comments:

Post a Comment

In process

অপ্রকাশিত ভালোবাসা

                        — ✍️ মনোয়ার হোসেন ( মুন)                                  “চাঁদের মতো চুপচাপ” প্রেম টেম করি না — তবু মনটা কারও নামে...