Monday, March 13, 2023

দেউতাৰ প্ৰতি পুতেকৰ আশা


                                        লেখক:-মনোৱাৰ হোমেন(মুন)


দেউতা দেউতা মোৰ এটা আশা

কিনি আনো এজোৰ জোতা ?

জাৰ কালিন বতাহ বুলিছে

প্ৰখৰ ঠাণ্ডাত উঠিছে ক্ প ।


দেউতা দেউতা মোৰ এটা আশা

দিয়া মোক হাজাৰ টকা,

হঠাৎ খং কিয় কৰিলা ?

দেউতা! তুমি তো এনে নাছিলা !!


দেউতা দেউতা মোৰ এটা আশা

 টকা আৰু নল'ও তোমালৈ,

 আশা নকৰোঁ মোৰ আৱেগিক মন

 তুমি ইমান খং কৰা বুলি।


দেউতা! জন্ম মোৰ তোমাৰ জন্য

কি বুলি ল'ম তোমালৈ টকা,

দেউতা! তুমি মোৰ অন্তৰত বিৰাজমান

 তোমাক যাতে কৰিব পাৰো সেৱা 

 এয়া মোৰ অন্তিম আশা।।

No comments:

Post a Comment

In process

অপ্রকাশিত ভালোবাসা

                        — ✍️ মনোয়ার হোসেন ( মুন)                                  “চাঁদের মতো চুপচাপ” প্রেম টেম করি না — তবু মনটা কারও নামে...