Monday, January 29, 2024

আমাৰ হৃদয়

আমাৰ হৃদয়
                  
                         ✍️মনোৱাৰ হোসেন (মুন)

আমাৰ হৃদয়েৰ মাজে আছে
বুকু বৰা আদৰ, ভালোবাসা
ৰেখেছি শুধু তোমাৰ জন্য 


আমাৰ দুই নয়নেৰ মাজে আছে
তোমাৰ হাঁসিৰ ছবি,
কোমল হাতেৰ ছট্ট একটি ছোৱা,
মনে পৰে অনন্ত জীৱন,চিরতরে


আমাৰ হৃদয়ে ভেদে ৰেখেছি
তোমাৰ প্ৰেমৰ আলিঙ্গন
উৎসর্গ কৰব হৃদয়ৰ ভাওনা
থাকবে সেখানে নিৰ্মল ভালোবাসা |


Friday, January 5, 2024

স্কুল জীৱন বিদয়



বয়স যেতিয়া আছিল পাঁচ
তেতিয়া মই ভৰ্তি হৈছিলো স্কুলত ।
অচেনা ঠাই দেখি লাগিছিল বহু ভয়,
সেয়ে বহু সময় ধৰি কান্দিছিলো,সেইদিনা মন খুলি।

প্ৰথম দিনটো কাটিছিল কোনো মতে,
অলপো ভাল লগা নাছিল,আমাৰ নতুন স্কুলত।
মনত আছে 'মাকে' কৈছিল মোক;
'বোকা! ইয়াতেই তো শিকিবি কোনটো ঠিক আৰু কোনটো ভুল।

তেতিয়া আৰম্ভণি হৈছিল,মোৰ শিক্ষা জীৱন;
দেউতাই কৈছিল; হ'ব লাগিব বহু! ডাঙৰ।
দুঃখৰ সময়ত কোনেও নাথাকে লগত;
সেয়ে,নিজৰ জীৱনৰ ডাঙৰ যুদ্ধটো, এতিয়া নিজেই যুজিব লাগিব।

পৰিচয় হৈছিল আৰু এটা নতুন বস্তুৰ লগত
সেয়া আছিল 'ঘৰৰ কাম' ।
নকৰিলেই, শিক্ষক মহাশয়ে খং কৰি কৈছিল;
এবাৰ তোক শাস্তি দিম;চিধা কৰি হাত মেল,আড্ডাবাজ!

দেখি-দেখি কাটিল দিনবোৰ;
হলো মই আৰু বহু ডাঙৰ।
মন দি পঢ়া-শুনা কৰিবলৈ তো সকলোৱে কয়;
এতিয়া তাৰ লগতে; ভৱিষ্যতৰ চিন্তাও আৰম্ভণি কৰিব লাগে।

মোৰ স্কুল জীৱন,আজিয়ে শেষ হ'ব ধৰিছে;
মোৰ মৰমৰ স্কুলৰ পৰা,আজি মই বিদয় নিম,
স্কুলৰ প্ৰথম দিনটো মই বহু কান্দিছিলো;
আজি বিদয়ৰ দিনও মই আকৌ কান্দিছো,
এয়া হ'ব পাৰে আ-জীৱন মনত ৰাখিব লগা মৰম।।

                                        
                                              লেখক:- মনোৱাৰ হোসেন (মুন)


In process

কষ্টের পথচলা

                            ✍︎ মনোৱার হোসেন ( মুন ) জীবনে কিছুই আমি পাইনি, কেবল কষ্ট আর টেনশন পেয়েছি, স্বপ্নগুলো ছিল যা সুন্দর, তবে জীবনে কে...