Sunday, May 26, 2024

বিশ্বাস


            বিশ্বাস                        ✍️মনোৱাৰ হোসেন (মুন)

জনে, যোৱাৰ সি যাবই,
যিমানেই তুমি তাইক ভাল নোপোৱা কিয়।
তোমাৰ অনুভৱৰ মূল্য
দিব নোৱাৰিব, সেই কাৰণেই সি যাব।

কি কৰিবা তুমি? বন্দী কৰিবা?
বুজাবা তাইক, তুমি কিমান ভালপোৱা?
যদি বুজি নাপায় — জোৰ কৰিবা?
লাভ নাই একো, তুমি যিয়ে কৰা, সি যাবই।

হ’ব পাৰে, তোমাৰ ভালপোৱাত
কিছু অভাৱ আছিল; সেয়ে তাই
বাৰে বাৰ তোমাৰ পৰা বহু ভাবে
দূৰত এৰি গুচি যাব বিচাৰিব।

যাব খুজিছে — যাব দিয়া,
এৰি দিয়া তাইক মুক্ত আকাশত,
তেওক নিজৰ মতে জীয়াই থাকিবলৈ দিয়ক।

তুমি তো ভালপোৱা - নেকি ?
তেতিয়া দূৰৰ পৰাই ভালপোৱা।
আৰু নিজৰ ওপৰত অলপ বিশ্বাস ৰাখা।


No comments:

Post a Comment

In process

অপ্রকাশিত ভালোবাসা

                        — ✍️ মনোয়ার হোসেন ( মুন)                                  “চাঁদের মতো চুপচাপ” প্রেম টেম করি না — তবু মনটা কারও নামে...