:- মনোৱাৰ হোসেন
মই নাপাহৰো মই নাপাহৰো
এবাৰেই তোমাক ভাল পাইছো মই,
পাহৰাৰ কোনো কথা নাই,
মই জানো মই তোমাক নাপাহৰো
মই জানো মই তোমাক ক'ব নোৱাৰো |
মাথন এই পৃথিৱীখনত তোমাকেই ভাল পালো
এই কথাটোকে কিমান বাৰ যে ক'লোঁ,
প্রেমৰ ধেমালিটো মই,
জীৱনত এবাৰেই খেলিছো
প্রেমক শ্রোদ্ধা কৰো মই,
দ্বিতীয় প্রেমিকক ভাল নাপাও মই |
তোমাক ভাল পাও প্রেমিক নামটো লৈ
তথাপিও তোমাক নাপাহৰো মই ||
=:=:=:=:=:=:=:=:=:=:==:=:=:=: :=:=
👉বহু দিন পিছত হে মই তোমাক ক'ব পাৰিলো,তুমি হয়তো নাজানা মই তোমাক কিমান ভালপাও,কিন্তু আজি মই মোৰ জীৱনৰ প্রথম তোমাক কই মোৰ মনটো কেনে লাগিছে, "এই কবিতাটো মই নিজে লিখিছিলো তোমাৰ বাবে,,উত্তৰ তুমি দিবা কিন্তু,মই তোমাৰ উত্তৰৰ অপেক্ষাত থাকিলো ||