Tuesday, November 8, 2022

মা

 


          মা

               লেখক:-মনোৱাৰ হোসেন


জগতৰ সকলো সুখ

মা অকল তোমাৰে ওচৰত পাওঁ,

মা তোমাৰ সমান এই দুনিয়ায়

আৰু যে কোনে ও নাই |


সুখে-দুঃখে মা তোমাৰ 

নাই যে কোনো তুলনা,

শিশুকালে মা তোমাৰ যতনে

আজি ইমান ডাঙৰ |


মা-মা তোমাৰ গৰ্বস্হানে যেনো 

মোৰ মাতৃভূমি,সেয়া মোৰ জানা,

সকলো কামত মায়েৰ দোৱা

অতি প্রয়োজন |


আল্লাহ কৈছে-নবী কৈছে

কৈছে গুণী-জ্ঞানীজন,

জন্নাত পাবলৈ মাতৃ সেৱা

মুছলিম ধৰ্মে কয় |


মা শব্দটি কিমান মধুৰ

জানিব লাগিব আমাৰ,

সময় থাকতে সকলোৰ মনত

থাকে যেনো সেয়া ভয় |


যতে ও যাও,উভতি শুধু

মা তোমাৰে ওচৰত যেন আহি,

সুখ তেতিয়াই দেখো,

মা-ও মা তোমাৰ মুখে যেতিয়া হাঁহি |||

No comments:

Post a Comment

In process

অপ্রকাশিত ভালোবাসা

                        — ✍️ মনোয়ার হোসেন ( মুন)                                  “চাঁদের মতো চুপচাপ” প্রেম টেম করি না — তবু মনটা কারও নামে...