Tuesday, November 8, 2022

দেবদাস

 


     দেবদাস

                   ✍️:-মনোৱাৰ হোসেন


কাক বিচাৰিনো আহিছিলো

এই পৃথিৱীলৈ ?

কাৰ মায়াজালত নো বন্ধী হৈ আছো

এই নিঠৰুৱা পৃথিৱীত |


যাৰ মায়াত বন্ধী হৈ আছিলো

সি যেন মোৰ মাজত আৰু নাই,

সি বেলেগ কৰোবাৰ হাঁতত হাত ৰাখি

গুচি যাব খজিছে,মোক অকলে এৰি 

এই মহো-মায়াৰ মাজত আৱদ্ধ কৰি |


সচাঁকৈয়ে তেওঁ মোৰ আছিলনে বাৰু ?

নে ই মাথন মায়াজাল,

নাযাবা নাযাবা মোক অকলে এৰি

এই মহো-মায়াৰ মাজত আৱদ্ধ কৰি

তুমি অবিহনে যে,মই দেবদাস ||

No comments:

Post a Comment

In process

অপ্রকাশিত ভালোবাসা

                        — ✍️ মনোয়ার হোসেন ( মুন)                                  “চাঁদের মতো চুপচাপ” প্রেম টেম করি না — তবু মনটা কারও নামে...