Wednesday, December 27, 2023

পঢ়াৰ কথাত জীৱন গঢ়া












পঢ়া-পঢ়া পঢ়াই কৈ আছে পঢ়া
পঢ়া মনত থাকিব,যদি নালাগে খৰা,
ধিয়ান মনত বহিব লাগিব পঢ়াত
যুঁজিব লাগিব মিঠা-সুৰত ।

ৰোমান্টিক মূৰ লৈ পঢ়াত বহিলে
কেতিয়াও হ'ব নোৱাৰে পঢ়া,
ছাত্ৰ জীৱনত বিৰত থাকা প্ৰেমৰ পৰা
যদি জীৱনটো গঢ়িব বিচৰা।

পঢ়া-পঢ়া পঢ়াই কৈ আছে পঢ়া
পঢ়া মোক মিঠা সূৰত,
মনত গাঁথি দিম আপোন সূৰত
তথাপিও মোৰ কথাত জীৱনটো গঢ়া।।

                           লেখক:- মনোৱাৰ হোসেন (মুন)

No comments:

Post a Comment

In process

অপ্রকাশিত ভালোবাসা

                        — ✍️ মনোয়ার হোসেন ( মুন)                                  “চাঁদের মতো চুপচাপ” প্রেম টেম করি না — তবু মনটা কারও নামে...