Monday, February 6, 2023

ফামাৰ্চিষ্ট অ ফামাৰ্চিষ্ট

 

                                             ✍️মনোৱাৰ হোমেন(মুন)


ফামাৰ্চিষ্ট অ ফামাৰ্চিষ্ট

তুমি যে ফামাৰ্চিষ্ট পৰিছিলা

এবাৰ নিজকে উনকীয়াই চোৱা

তাৰ জেনো কি ফল পালা 

তোমাৰ ঘৰৰ কাষত আছেনে ফামাৰ্চিষ্ট নপঢ়া।

চাবা সি ঔষধ বিক্ৰী কৰি হৈ আছে মহাৰজা

এতিয়াতো মাথো তোমাক মানুহে কয় ফামাৰ্চিষ্টৱালা

এবাৰ নিজেই উনকীয়াই চোৱা,

দুদিনমান পিছত হ'ব কি তোমাৰ অবস্থা

সময় আছে বন্ধু, এতিয়াই জনা,

         ‌‌ 'নহলে'

এদিন চেলুনৰ দুকানী ও হ'বগৈ ফামাৰ্চিষ্টৱালা ।

Tuesday, November 8, 2022

মা

 


          মা

               লেখক:-মনোৱাৰ হোসেন


জগতৰ সকলো সুখ

মা অকল তোমাৰে ওচৰত পাওঁ,

মা তোমাৰ সমান এই দুনিয়ায়

আৰু যে কোনে ও নাই |


সুখে-দুঃখে মা তোমাৰ 

নাই যে কোনো তুলনা,

শিশুকালে মা তোমাৰ যতনে

আজি ইমান ডাঙৰ |


মা-মা তোমাৰ গৰ্বস্হানে যেনো 

মোৰ মাতৃভূমি,সেয়া মোৰ জানা,

সকলো কামত মায়েৰ দোৱা

অতি প্রয়োজন |


আল্লাহ কৈছে-নবী কৈছে

কৈছে গুণী-জ্ঞানীজন,

জন্নাত পাবলৈ মাতৃ সেৱা

মুছলিম ধৰ্মে কয় |


মা শব্দটি কিমান মধুৰ

জানিব লাগিব আমাৰ,

সময় থাকতে সকলোৰ মনত

থাকে যেনো সেয়া ভয় |


যতে ও যাও,উভতি শুধু

মা তোমাৰে ওচৰত যেন আহি,

সুখ তেতিয়াই দেখো,

মা-ও মা তোমাৰ মুখে যেতিয়া হাঁহি |||

দেবদাস

 


     দেবদাস

                   ✍️:-মনোৱাৰ হোসেন


কাক বিচাৰিনো আহিছিলো

এই পৃথিৱীলৈ ?

কাৰ মায়াজালত নো বন্ধী হৈ আছো

এই নিঠৰুৱা পৃথিৱীত |


যাৰ মায়াত বন্ধী হৈ আছিলো

সি যেন মোৰ মাজত আৰু নাই,

সি বেলেগ কৰোবাৰ হাঁতত হাত ৰাখি

গুচি যাব খজিছে,মোক অকলে এৰি 

এই মহো-মায়াৰ মাজত আৱদ্ধ কৰি |


সচাঁকৈয়ে তেওঁ মোৰ আছিলনে বাৰু ?

নে ই মাথন মায়াজাল,

নাযাবা নাযাবা মোক অকলে এৰি

এই মহো-মায়াৰ মাজত আৱদ্ধ কৰি

তুমি অবিহনে যে,মই দেবদাস ||

নাপাহৰা প্রেমিক

 


না
পাহৰা প্রেমিক

                 :- মনোৱাৰ হোসেন


মই নাপাহৰো মই নাপাহৰো

এবাৰেই তোমাক ভাল পাইছো মই,

পাহৰাৰ কোনো কথা নাই,

মই জানো মই তোমাক নাপাহৰো

মই জানো মই তোমাক ক'ব নোৱাৰো |


মাথন এই পৃথিৱীখনত তোমাকেই ভাল পালো

এই কথাটোকে কিমান বাৰ যে ক'লোঁ,

প্রেমৰ ধেমালিটো মই,

জীৱনত এবাৰেই খেলিছো

প্রেমক শ্রোদ্ধা কৰো মই,

দ্বিতীয় প্রেমিকক ভাল নাপাও মই |


তোমাক ভাল পাও প্রেমিক নামটো লৈ

তথাপিও তোমাক নাপাহৰো মই ||


=:=:=:=:=:=:=:=:=:=:==:=:=:=: :=:=



  👉বহু দিন পিছত হে মই তোমাক ক'ব পাৰিলো,তুমি হয়তো নাজানা মই তোমাক কিমান ভালপাও,কিন্তু আজি মই মোৰ জীৱনৰ প্রথম তোমাক কই মোৰ মনটো কেনে লাগিছে, "এই কবিতাটো মই নিজে লিখিছিলো তোমাৰ বাবে,,উত্তৰ তুমি দিবা কিন্তু,মই তোমাৰ উত্তৰৰ অপেক্ষাত থাকিলো ||

ফেচবুক প্ৰেম

 

ফেচবুক প্ৰেম

                      ✍️:-মনোৱাৰ হোমেন(মুন)

                           

ফেচবুকে আমি ফটো দেই

আমার নিজের জন্য নয়, সুধু তোমার জন্য

ঘন ঘন ফেচবুক দেখি

আমার নিজের জন্য নয়,সুধু তোমার জন্য

এখন pic upload করি 

স্ট্ৰীট লাইটের তলে থাকা পতিতার ম'তো

থাকি সুধু ,তোমার একটি likeৰ জন্য

পতিতা অধৈয্য হয়, একজন গ্ৰাহকের জন্য

আমিও অধৈয্য হৈ এটি মাত্ৰ like র জন্য

কে তুমি? তুমি জানোনা

অথচ তোমাক আমি জানি, তোমাক সবাই জানে

আমাক তুমিও জানো এবং আমাকেও সবাই জানে

জানো ! পতিতা , তুমি এবং আমি

তিনটার মাজেই মিল আছে

পতিতা আকাশ ভালোপাই, নীল আকাশ

আমি ভালো পাই কালো আকাশ !

তুমিও আকাশ ভালো পাও

তোমাকে ভালো পাই, আকাশের ম'ত বিশালের জন্য নয়

মাত্ৰ ঘন ঘন আকাশের ম'তো রং বদলানোর জন্য !

Like করলে বুজবো

তুমি বুজতেই পারো নি ৷ 

Comment করলে জানবো

তুমি বুজেও নাবুজের ভাও ধরছো !

Tag করে বোকামি করনা হা !

ভূমিকম্প

 

ভূমিকম্প

             -মনোৱাৰ হোসেন(মুন)

       

থৰ থৰ কৰি কঁপিছে মাটি 

কঁপিছে গোটেই দেশ,

এয়াই বুঝি ধংস হৈ যাব খুজিছে আমাৰ দেশ !


কঁপিছে পানী,কঁপিছে মানুহ, কঁপিছে ঘৰ-বাড়ি,

এতিয়াই হয়তো এৰি গুছি যাব লাগিব পৃথীবীৰ মৰম এৰি।


ডাঙৰ-ডাঙৰ দালানকোটা অট্রালিকাৰ পাহাৰ

এই বিলাক হল ভূমিকম্পেৰ একমাত্র আহাৰ।


ৰাস্তা ফাঁটি,মাটি ফাঁটি বৈছে পানীৰ সোত

অজস্র মানুহ আজি পথৰ ভিখাৰী হৈ বাস্তু ছাড়া।

ভূমিকম্পেৰ দমন-পীৰন বাৰিছে প্রতিদিন

ইয়াৰ কবলৰ পৰা আমি সকলোৱে আ-জীৱন নহব স্বাধীন?



ধিক্কার জীবনে পড়ার কষ্ট

           


   

ধিক্কার জীবনে পড়ার কষ্ট


  🖊️মনোৱার হোসেন(মুন)


কষ্ট নয়, আমার জীবন

কষ্ট, আমার মন,

কঠিন নয়,পড়া

কঠিন, আমার মন ।


বই নিয়ে পড়তে বসলে

মোবাইলটা টিপতে মন যায়,

বই নিয়ে পড়তে বসলে

রোমান্টিক প্রেম মনে পরে যায় ।।


চিন্তা, আমার নয়

চিন্তা, আমার মগজের,

পড়তে আমার বসতে হবে

পড়া আমার পড়তে হবে,

পরীক্ষা আমার দিতেই হবে

পাছ আমার করতেই হবে ।।।


কষ্টের ধিক্কার ছেড়ে দাও

পড়ার নমুনা হাতে নাও ।।।।

In process

কষ্টের পথচলা

                            ✍︎ মনোৱার হোসেন ( মুন ) জীবনে কিছুই আমি পাইনি, কেবল কষ্ট আর টেনশন পেয়েছি, স্বপ্নগুলো ছিল যা সুন্দর, তবে জীবনে কে...