Friday, March 31, 2023

মাহে রমজান








                                  ✍️মনোৱার হোসেন(মুন)


ওরে মুমিন-মুসলমান
ঐ দেখা যায় চাঁদে-চান
বছর ঘুড়ে এলো আবার
এই মাহে রমজান ।

চাঁদের হাসি আকাশ নীড়ে
খিলখিলয়ে হাসে
রোজা রাখো নামাজ পড়ো
আল্লাহ পাকের ভয়ে।

রোজা নিয়ে গবেষণায়
পেলাম সর্ব উক্তি,
হৃদরোগ, রক্তচাপ ও হাঁপানির মুক্তি
রাখলে রোজা হয়না কোনো ক্ষতি ।

পূন্য অনেক বেশি
করলে লালন
যত্নে পালন
আল্লাহ হবেন খুশি।

রাখলে রোজা
অনেক সোজা
হয়না কোনো বোঝা ।

মৃত্যু এসে ধরবে তোমার
প্রাণ পাখিকে ঘিরে
রোজা রেখে বোঝা কমাও
সঠিক পথে চলো,
কাজে কর্মে নবী-রাসূল
আল্লাহ আল্লাহ বলো ।


Monday, March 13, 2023

দেউতাৰ প্ৰতি পুতেকৰ আশা


                                        লেখক:-মনোৱাৰ হোমেন(মুন)


দেউতা দেউতা মোৰ এটা আশা

কিনি আনো এজোৰ জোতা ?

জাৰ কালিন বতাহ বুলিছে

প্ৰখৰ ঠাণ্ডাত উঠিছে ক্ প ।


দেউতা দেউতা মোৰ এটা আশা

দিয়া মোক হাজাৰ টকা,

হঠাৎ খং কিয় কৰিলা ?

দেউতা! তুমি তো এনে নাছিলা !!


দেউতা দেউতা মোৰ এটা আশা

 টকা আৰু নল'ও তোমালৈ,

 আশা নকৰোঁ মোৰ আৱেগিক মন

 তুমি ইমান খং কৰা বুলি।


দেউতা! জন্ম মোৰ তোমাৰ জন্য

কি বুলি ল'ম তোমালৈ টকা,

দেউতা! তুমি মোৰ অন্তৰত বিৰাজমান

 তোমাক যাতে কৰিব পাৰো সেৱা 

 এয়া মোৰ অন্তিম আশা।।

Sunday, March 12, 2023

মই তোমাৰ তুমি মোৰ

     

                          

:-মনোৱৰ হোসেন(মুন)

                       

কেনেকৈনো কওঁ

তুমিয়েইতো মোৰ হ’বা বুলি ৷

কেনেকৈনো কওঁ

তোমাৰ অবিহনে

মোৰ একোৱেই নাই বুলি ৷

..

আনৰ দৰে ..

হ’ব মই নোৱাৰোঁ ৷

আনৰ দৰে ..

কথাবোৰ ক’ব মই নোৱাৰোঁ ৷

..

তথাপিতো ক’ম মই

মইয়েতো তোমাৰ হ’ম বুলি ৷

তুমিয়েইতো মোৰ হ’বা বুলি ৷৷


Wednesday, March 8, 2023

হস্পিতালর দিনগুলো

                            
                                     - মনোৱাৰ হোমেন(মুন)


প্রশিক্ষণার্থী ফার্মাসিস্ট বন্ধু,

প্রশিক্ষণার্থী ফার্মাসিস্ট বন্ধুরা,

মনে আছে কি সেই দিনগুলো ?

মনে আছে কি সেই স্মৃতি দিনগুলো ?


হস্পিতালর দিনগুলো ফিরে কি আর আসে ,

বন্ধু আর বান্ধবীদের মুখগুলো যেন চোখে ভাসে !

স্মৃতিৰ থলিতে ওরাই সজীব রেখা ,

দুঃখ বড়ই হয়, যখন পাই না ওদের দেখা ।


আমাৰ ফোনের ভিতৰে নম্বরে তোদের ভরে নেব ,

বন্ধু তোদের অশ্রুধারায় আজকে বিদায় দেব ।

হোয়াটসএপে আইএমও তে থাকিস রে অনলাইন,

শেষের আবার শুরু আছে,এটাই হল আইন ।


স্যার আর ম্যাডামদের ও বিদায় জানিয়ে যাই ,

ফেসবুকেতে করব শেয়ার লাইক যেন পাই ;

চোখের সামনে শেষ হল হস্পিতালর ডিউটি ,

ছেড়ে গেল গোটা হস্পিতালর প্রশিক্ষণার্থী ফার্মাসিস্ট !

বিদায় হস্পিতাল বিদায় !!

Monday, February 6, 2023

ফামাৰ্চিষ্ট অ ফামাৰ্চিষ্ট

 

                                             ✍️মনোৱাৰ হোমেন(মুন)


ফামাৰ্চিষ্ট অ ফামাৰ্চিষ্ট

তুমি যে ফামাৰ্চিষ্ট পৰিছিলা

এবাৰ নিজকে উনকীয়াই চোৱা

তাৰ জেনো কি ফল পালা 

তোমাৰ ঘৰৰ কাষত আছেনে ফামাৰ্চিষ্ট নপঢ়া।

চাবা সি ঔষধ বিক্ৰী কৰি হৈ আছে মহাৰজা

এতিয়াতো মাথো তোমাক মানুহে কয় ফামাৰ্চিষ্টৱালা

এবাৰ নিজেই উনকীয়াই চোৱা,

দুদিনমান পিছত হ'ব কি তোমাৰ অবস্থা

সময় আছে বন্ধু, এতিয়াই জনা,

         ‌‌ 'নহলে'

এদিন চেলুনৰ দুকানী ও হ'বগৈ ফামাৰ্চিষ্টৱালা ।

Tuesday, November 8, 2022

মা

 


          মা

               লেখক:-মনোৱাৰ হোসেন


জগতৰ সকলো সুখ

মা অকল তোমাৰে ওচৰত পাওঁ,

মা তোমাৰ সমান এই দুনিয়ায়

আৰু যে কোনে ও নাই |


সুখে-দুঃখে মা তোমাৰ 

নাই যে কোনো তুলনা,

শিশুকালে মা তোমাৰ যতনে

আজি ইমান ডাঙৰ |


মা-মা তোমাৰ গৰ্বস্হানে যেনো 

মোৰ মাতৃভূমি,সেয়া মোৰ জানা,

সকলো কামত মায়েৰ দোৱা

অতি প্রয়োজন |


আল্লাহ কৈছে-নবী কৈছে

কৈছে গুণী-জ্ঞানীজন,

জন্নাত পাবলৈ মাতৃ সেৱা

মুছলিম ধৰ্মে কয় |


মা শব্দটি কিমান মধুৰ

জানিব লাগিব আমাৰ,

সময় থাকতে সকলোৰ মনত

থাকে যেনো সেয়া ভয় |


যতে ও যাও,উভতি শুধু

মা তোমাৰে ওচৰত যেন আহি,

সুখ তেতিয়াই দেখো,

মা-ও মা তোমাৰ মুখে যেতিয়া হাঁহি |||

দেবদাস

 


     দেবদাস

                   ✍️:-মনোৱাৰ হোসেন


কাক বিচাৰিনো আহিছিলো

এই পৃথিৱীলৈ ?

কাৰ মায়াজালত নো বন্ধী হৈ আছো

এই নিঠৰুৱা পৃথিৱীত |


যাৰ মায়াত বন্ধী হৈ আছিলো

সি যেন মোৰ মাজত আৰু নাই,

সি বেলেগ কৰোবাৰ হাঁতত হাত ৰাখি

গুচি যাব খজিছে,মোক অকলে এৰি 

এই মহো-মায়াৰ মাজত আৱদ্ধ কৰি |


সচাঁকৈয়ে তেওঁ মোৰ আছিলনে বাৰু ?

নে ই মাথন মায়াজাল,

নাযাবা নাযাবা মোক অকলে এৰি

এই মহো-মায়াৰ মাজত আৱদ্ধ কৰি

তুমি অবিহনে যে,মই দেবদাস ||

In process

কষ্টের পথচলা

                            ✍︎ মনোৱার হোসেন ( মুন ) জীবনে কিছুই আমি পাইনি, কেবল কষ্ট আর টেনশন পেয়েছি, স্বপ্নগুলো ছিল যা সুন্দর, তবে জীবনে কে...