Wednesday, July 10, 2024

পিরিতের সময়












                            Writer:-Monowar Hussain (Moon)

একটি সময়ে পিরিত জাগে 
 আরেকটি সময়ে পিরিত ভাগে,
কারণটা কি জানেন 
সেটাও খুঁজে পাবেন।

বয়স যখন হয়ে ওঠে বারো
পিরিতের হ'ৰমন হয়ে উঠে গাঢ়,
বারো যখন পিরিতের আলো 
রোজগারের রাস্তা তখুন কালো।

সময় তখুনি হয় এলোমেলো,
মনে রাখবেন যৌবন কাল গেলো,
রোজগারের রাস্তা যখন আসে
উজ্জ্বলতা তখন চোখে ভাসে ।

রোজগারের টাকা যখন,পকেটে জাগে
পিরিতের যৌবন তখন ভাগে,
বাস্তবতা আর একটি স্বপ্নর মধ্যে 
অনেক তফাৎ,ছেলেরা সেটা যানে ।

এটাতেই সব ছেলেরা ধন্য,
যৌবন কাল,একটুখানি মন্দ ,
সময় মতো পায়নি পিরিতের গন্ধ,
আমি একজন পিরিত হারা অন্ধ ।


Friday, May 31, 2024

জন্মস্থান


                





      জন্মস্থান
✍️মনোৱাৰ হোসেন (মুন)

এখানেই আমার জন্ম

        আমি যত্ন করে রাখব,

                         যদি মরতে হয়

                                তবুও ভুলবো না।

   

 যেখানে আমার জন্ম হয়েছিল

         সেটাই আমার গ্ৰামাঞ্চল  ,

                    আমি এটা দেখতে দেখতে বিরক্ত নাহলেও

                              দেখার কোন শেষ নেই।


 দক্ষিণে নয়ন থলি

            উত্তরে নানা বাড়ী আছে,

                      সূর্য পূর্ব দিকে উঠে

                                   পশ্চিমে ডুবে যায়।


 যদি বিদ্রোহ আসে 

           দেশের জন্য লড়বো,

                     জীবন চলে গেলেও, তবুও 

                                গ্ৰাম্যটি যেনো রয়ে যায়।


 আমি এখানে জন্মেছিলাম

         আমি এখানেই মরবো,

                 ঝড় হলেও

                     আমি আমার জন্মভূমি আমার হৃদয়ে রাখব।

Sunday, May 26, 2024

বিশ্বাস


            বিশ্বাস                        ✍️মনোৱাৰ হোসেন (মুন)

জনে যোৱাৰ সি যাবই, 
যিমানেই তুমি তাইক ভাল নোপোৱা কিয়। 
তোমাৰ অনুভৱৰ মূল্য , 
দিব নোৱাৰিব কাৰণেই সি যাব।

কি কৰিবা তুমি? বন্দী কৰিবা , 
বুজিব দিবা তাইক তুমি কিমান ভালপোৱা 
যদি বুজি নাপায়,জোৰ কৰিবা?
 লাভ নাই একো, তুমি যিয়ে কৰা সি যাবেই।

হ'ব পাৰে তোমাৰ ভালপোৱায় 
কিছু অভাৱ আছিল সেয়ে তাই
 বাৰে বাৰ তোমাৰ পৰা বহু ভাবে
দূৰত এৰি গুছি যাব বিচাৰিছে । 
যাব খুজিছে, যাব দিয়া।

এৰি দিয়া তাইক মুক্ত আকাশত
তেইক নিজৰ মতে জীয়াই থাকিবলৈ দিয়ক।
 ভালপোৱাতো নেকি?তেতিয়া,
 দূৰৰ পৰাই ভালপোৱা।
 আৰু নিজৰ উপৰত অলপ বিশ্বাস ৰাখা ।


Monday, January 29, 2024

আমাৰ হৃদয়

আমাৰ হৃদয়
                  
                         ✍️মনোৱাৰ হোসেন (মুন)

আমাৰ হৃদয়েৰ মাজে আছে
বুকু বৰা আদৰ, ভালোবাসা
ৰেখেছি শুধু তোমাৰ জন্য 


আমাৰ দুই নয়নেৰ মাজে আছে
তোমাৰ হাঁসিৰ ছবি,
কোমল হাতেৰ ছট্ট একটি ছোৱা,
মনে পৰে অনন্ত জীৱন,চিরতরে


আমাৰ হৃদয়ে ভেদে ৰেখেছি
তোমাৰ প্ৰেমৰ আলিঙ্গন
উৎসর্গ কৰব হৃদয়ৰ ভাওনা
থাকবে সেখানে নিৰ্মল ভালোবাসা |


Friday, January 5, 2024

স্কুল জীৱন বিদয়



বয়স যেতিয়া আছিল পাঁচ
তেতিয়া মই ভৰ্তি হৈছিলো স্কুলত ।
অচেনা ঠাই দেখি লাগিছিল বহু ভয়,
সেয়ে বহু সময় ধৰি কান্দিছিলো,সেইদিনা মন খুলি।

প্ৰথম দিনটো কাটিছিল কোনো মতে,
অলপো ভাল লগা নাছিল,আমাৰ নতুন স্কুলত।
মনত আছে 'মাকে' কৈছিল মোক;
'বোকা! ইয়াতেই তো শিকিবি কোনটো ঠিক আৰু কোনটো ভুল।

তেতিয়া আৰম্ভণি হৈছিল,মোৰ শিক্ষা জীৱন;
দেউতাই কৈছিল; হ'ব লাগিব বহু! ডাঙৰ।
দুঃখৰ সময়ত কোনেও নাথাকে লগত;
সেয়ে,নিজৰ জীৱনৰ ডাঙৰ যুদ্ধটো, এতিয়া নিজেই যুজিব লাগিব।

পৰিচয় হৈছিল আৰু এটা নতুন বস্তুৰ লগত
সেয়া আছিল 'ঘৰৰ কাম' ।
নকৰিলেই, শিক্ষক মহাশয়ে খং কৰি কৈছিল;
এবাৰ তোক শাস্তি দিম;চিধা কৰি হাত মেল,আড্ডাবাজ!

দেখি-দেখি কাটিল দিনবোৰ;
হলো মই আৰু বহু ডাঙৰ।
মন দি পঢ়া-শুনা কৰিবলৈ তো সকলোৱে কয়;
এতিয়া তাৰ লগতে; ভৱিষ্যতৰ চিন্তাও আৰম্ভণি কৰিব লাগে।

মোৰ স্কুল জীৱন,আজিয়ে শেষ হ'ব ধৰিছে;
মোৰ মৰমৰ স্কুলৰ পৰা,আজি মই বিদয় নিম,
স্কুলৰ প্ৰথম দিনটো মই বহু কান্দিছিলো;
আজি বিদয়ৰ দিনও মই আকৌ কান্দিছো,
এয়া হ'ব পাৰে আ-জীৱন মনত ৰাখিব লগা মৰম।।

                                        
                                              লেখক:- মনোৱাৰ হোসেন (মুন)


Wednesday, December 27, 2023

পঢ়াৰ কথাত জীৱন গঢ়া












পঢ়া-পঢ়া পঢ়াই কৈ আছে পঢ়া
পঢ়া মনত থাকিব,যদি নালাগে খৰা,
ধিয়ান মনত বহিব লাগিব পঢ়াত
যুঁজিব লাগিব মিঠা-সুৰত ।

ৰোমান্টিক মূৰ লৈ পঢ়াত বহিলে
কেতিয়াও হ'ব নোৱাৰে পঢ়া,
ছাত্ৰ জীৱনত বিৰত থাকা প্ৰেমৰ পৰা
যদি জীৱনটো গঢ়িব বিচৰা।

পঢ়া-পঢ়া পঢ়াই কৈ আছে পঢ়া
পঢ়া মোক মিঠা সূৰত,
মনত গাঁথি দিম আপোন সূৰত
তথাপিও মোৰ কথাত জীৱনটো গঢ়া।।

                           লেখক:- মনোৱাৰ হোসেন (মুন)

Tuesday, June 13, 2023

উফ্ কি গরম !!

 

                      উফ্ কি গরম !!

রোদের জ্বালায় শুকিয়ে গেছে মেঘের মূল , 

কি আর করি গরমে লাগায় navratna cool

        ঠান্ডা ঠান্ডা কূল কূল ।


বসের ভিড়ে জীবন যখন মরার মত 

জানলা সিটের দখল নিয়ে 

যেতে চল্লাম রীতিমতো ।


যখন তখন তেষ্টা ভীষণ পাচ্ছে তাই 

হিসেব করে খুচরো সহ হাত বাড়াই 

বোতল ভরা ঠান্ডা পানীয়ে গলা ভেজাই 


ঠান্ডা পানীয়ে তেষ্টা যখন কামাই

তখন উফ্ কি গরম বলেই 

বাসের মধ্যে একটু খানি গুমাই ॥

In process

কষ্টের পথচলা

                            ✍︎ মনোৱার হোসেন ( মুন ) জীবনে কিছুই আমি পাইনি, কেবল কষ্ট আর টেনশন পেয়েছি, স্বপ্নগুলো ছিল যা সুন্দর, তবে জীবনে কে...