Sunday, May 26, 2024

বিশ্বাস


            বিশ্বাস                        ✍️মনোৱাৰ হোসেন (মুন)

জনে যোৱাৰ সি যাবই, 
যিমানেই তুমি তাইক ভাল নোপোৱা কিয়। 
তোমাৰ অনুভৱৰ মূল্য , 
দিব নোৱাৰিব কাৰণেই সি যাব।

কি কৰিবা তুমি? বন্দী কৰিবা , 
বুজিব দিবা তাইক তুমি কিমান ভালপোৱা 
যদি বুজি নাপায়,জোৰ কৰিবা?
 লাভ নাই একো, তুমি যিয়ে কৰা সি যাবেই।

হ'ব পাৰে তোমাৰ ভালপোৱায় 
কিছু অভাৱ আছিল সেয়ে তাই
 বাৰে বাৰ তোমাৰ পৰা বহু ভাবে
দূৰত এৰি গুছি যাব বিচাৰিছে । 
যাব খুজিছে, যাব দিয়া।

এৰি দিয়া তাইক মুক্ত আকাশত
তেইক নিজৰ মতে জীয়াই থাকিবলৈ দিয়ক।
 ভালপোৱাতো নেকি?তেতিয়া,
 দূৰৰ পৰাই ভালপোৱা।
 আৰু নিজৰ উপৰত অলপ বিশ্বাস ৰাখা ।


Monday, January 29, 2024

আমাৰ হৃদয়

আমাৰ হৃদয়
                  
                         ✍️মনোৱাৰ হোসেন (মুন)

আমাৰ হৃদয়েৰ মাজে আছে
বুকু বৰা আদৰ, ভালোবাসা
ৰেখেছি শুধু তোমাৰ জন্য 


আমাৰ দুই নয়নেৰ মাজে আছে
তোমাৰ হাঁসিৰ ছবি,
কোমল হাতেৰ ছট্ট একটি ছোৱা,
মনে পৰে অনন্ত জীৱন,চিরতরে


আমাৰ হৃদয়ে ভেদে ৰেখেছি
তোমাৰ প্ৰেমৰ আলিঙ্গন
উৎসর্গ কৰব হৃদয়ৰ ভাওনা
থাকবে সেখানে নিৰ্মল ভালোবাসা |


Friday, January 5, 2024

স্কুল জীৱন বিদয়



বয়স যেতিয়া আছিল পাঁচ
তেতিয়া মই ভৰ্তি হৈছিলো স্কুলত ।
অচেনা ঠাই দেখি লাগিছিল বহু ভয়,
সেয়ে বহু সময় ধৰি কান্দিছিলো,সেইদিনা মন খুলি।

প্ৰথম দিনটো কাটিছিল কোনো মতে,
অলপো ভাল লগা নাছিল,আমাৰ নতুন স্কুলত।
মনত আছে 'মাকে' কৈছিল মোক;
'বোকা! ইয়াতেই তো শিকিবি কোনটো ঠিক আৰু কোনটো ভুল।

তেতিয়া আৰম্ভণি হৈছিল,মোৰ শিক্ষা জীৱন;
দেউতাই কৈছিল; হ'ব লাগিব বহু! ডাঙৰ।
দুঃখৰ সময়ত কোনেও নাথাকে লগত;
সেয়ে,নিজৰ জীৱনৰ ডাঙৰ যুদ্ধটো, এতিয়া নিজেই যুজিব লাগিব।

পৰিচয় হৈছিল আৰু এটা নতুন বস্তুৰ লগত
সেয়া আছিল 'ঘৰৰ কাম' ।
নকৰিলেই, শিক্ষক মহাশয়ে খং কৰি কৈছিল;
এবাৰ তোক শাস্তি দিম;চিধা কৰি হাত মেল,আড্ডাবাজ!

দেখি-দেখি কাটিল দিনবোৰ;
হলো মই আৰু বহু ডাঙৰ।
মন দি পঢ়া-শুনা কৰিবলৈ তো সকলোৱে কয়;
এতিয়া তাৰ লগতে; ভৱিষ্যতৰ চিন্তাও আৰম্ভণি কৰিব লাগে।

মোৰ স্কুল জীৱন,আজিয়ে শেষ হ'ব ধৰিছে;
মোৰ মৰমৰ স্কুলৰ পৰা,আজি মই বিদয় নিম,
স্কুলৰ প্ৰথম দিনটো মই বহু কান্দিছিলো;
আজি বিদয়ৰ দিনও মই আকৌ কান্দিছো,
এয়া হ'ব পাৰে আ-জীৱন মনত ৰাখিব লগা মৰম।।

                                        
                                              লেখক:- মনোৱাৰ হোসেন (মুন)


Wednesday, December 27, 2023

পঢ়াৰ কথাত জীৱন গঢ়া












পঢ়া-পঢ়া পঢ়াই কৈ আছে পঢ়া
পঢ়া মনত থাকিব,যদি নালাগে খৰা,
ধিয়ান মনত বহিব লাগিব পঢ়াত
যুঁজিব লাগিব মিঠা-সুৰত ।

ৰোমান্টিক মূৰ লৈ পঢ়াত বহিলে
কেতিয়াও হ'ব নোৱাৰে পঢ়া,
ছাত্ৰ জীৱনত বিৰত থাকা প্ৰেমৰ পৰা
যদি জীৱনটো গঢ়িব বিচৰা।

পঢ়া-পঢ়া পঢ়াই কৈ আছে পঢ়া
পঢ়া মোক মিঠা সূৰত,
মনত গাঁথি দিম আপোন সূৰত
তথাপিও মোৰ কথাত জীৱনটো গঢ়া।।

                           লেখক:- মনোৱাৰ হোসেন (মুন)

Tuesday, June 13, 2023

উফ্ কি গরম !!

 

                      উফ্ কি গরম !!

রোদের জ্বালায় শুকিয়ে গেছে মেঘের মূল , 

কি আর করি গরমে লাগায় navratna cool

        ঠান্ডা ঠান্ডা কূল কূল ।


বসের ভিড়ে জীবন যখন মরার মত 

জানলা সিটের দখল নিয়ে 

যেতে চল্লাম রীতিমতো ।


যখন তখন তেষ্টা ভীষণ পাচ্ছে তাই 

হিসেব করে খুচরো সহ হাত বাড়াই 

বোতল ভরা ঠান্ডা পানীয়ে গলা ভেজাই 


ঠান্ডা পানীয়ে তেষ্টা যখন কামাই

তখন উফ্ কি গরম বলেই 

বাসের মধ্যে একটু খানি গুমাই ॥

Thursday, April 6, 2023

বৃষ্টির শেষে

                                        ✍️মনোৱাৰ হোসেন (মুন)


মেঘের দেশে বৃষ্টি অবশেষে
       রোদ চিকমিকে হাসে
 দেয়ালে সোনালি আলো হয়ে 
             দীপ্তি জ্বলে উঠে।

 বিলের পারে উঁচু রাস্তায়
       সেখানে ছাগল চরিল 
 সোনালি রং সূর্যের রশ্মি
        ওটা তুলে খেয়ে নিল।

 মেঘ কোথায় গেল, আবর্জনা গেল কোথায়?
               কচুর শাকে মুক্তা রৈল পাতায় 
 অন্যদিকে, একটি ঝিলমিল হৈয়া আছে
              কলার পাতায় বজ্রপাত ।

 এই সন্ধ্যা আর আসবে না
          পৃথিবী কহিনুর
 আনন্দ নিতে ভুলে যাই
           অনেক অনেক দূর।

Monday, April 3, 2023

আমার গ্রাম

                                 লেখক:-মনোৱার হোসেন (মুন)


পূর্ব সূর্য পশ্চিমে ডুবে 
 আমার এটি সুন্দর গ্রাম,
 সুখ শান্তিতে পরিপূর্ণ, বেদনাহীন
 এমন সৌন্দর্য কোথায় পাব?

 নয়ন ফিরিয়ে তাকালে
 দেখি আমার গ্রাম,
 গাছের সবুজ রং
 দাগে-মাঠে ধানে ভরা ।

 পশ্চিমের খোলা আকাশে
 মেঘেরা লুকোচুরি খেলে,
 অন্যদিকে রঙিন সাত রংধনু
 ঝিলমিল করে ।

 নিবাত জল, নীরব মনে 
 তুমি ছোট্ট বিল,
 কী ভাবছেন, কী করছেন
 রাখছেন কিসের মিল ?

In process

কষ্টের পথচলা

                            ✍︎ মনোৱার হোসেন ( মুন ) জীবনে কিছুই আমি পাইনি, কেবল কষ্ট আর টেনশন পেয়েছি, স্বপ্নগুলো ছিল যা সুন্দর, তবে জীবনে কে...